October 30, 2026 6:18 PM
26
প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তি মুকলি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তি মুকলি কৰে। গুজৰাটৰ বনাসকাঠাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰী মোদীয়ে কয়, যে কৃষকসকল দেশৰ অৰ্থনীতিৰ আটাইতকৈ শক্তিশালী স্তম্ভ আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ কল্যাণত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। ২০১৩-১৪ৰ তুলনাত সম্প্ৰতি কৃষি খণ্ডৰ বাজেট ৫ গুণ অধিক হৈছে বুলি প্রধানমন্ত্ৰীয়ে মত প্রকাশ কৰে। পি এম কিষাণ সন্মান নিধি কোটি কোটি ক্ষুদ্র কৃষকৰ বাবে আশাৰ সম্বল হৈছে বুলি...