November 14, 2026 11:18 AM

views 4

কর্ণাটকত কছমছ-মাইছুৰু তাৰকাগৃহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মহাকাশ বিজ্ঞান, জ্যোর্তিবিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমাগত সফলতা সন্দর্ভত আলোকপাত কৰি কয়, যে এনেবোৰ ক্ষেত্ৰত দেশৰ সামৰ্থ বৃদ্ধিয়ে যুব প্ৰজন্মৰ বাবে নতুন সুবিধাৰ সৃষ্টি কৰিছে আৰু জীৱনৰ মান উন্নত কৰাত অৰিহণা আগবঢ়াইছে। কালি সন্ধিয়া কর্ণাটকত কছমছ-মাইছুৰু তাৰকাগৃহ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। উল্লেখযোগ্য যে, এয়া হৈছে ভাৰতৰ প্ৰথমটো এল ই ডি গম্বুজ তাৰকাগৃহ আৰু বিশ্বৰ ভিতৰতে প্ৰথমটো হেলনীয়া এল ই ডি গম্বুজ তাৰকাগৃহ ৰূপে অভিহিত কৰিব পাৰি। প্রধান...