July 7, 2026 12:29 PM
7
দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত আজি কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ও ছুবিয়ানটোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনা কালত তেওঁ দেশদুখনৰ বৈদেশিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায় অন্বেষণ কৰিব। পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দেশ দুখনে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত ৰাষ্ট্ৰপতি প্রব’ও ছুবিয়ানটোৱে আয়োজন কৰা ৰাজ্যিক ভোজৰ জৰিয়তে দিন...