September 10, 2026 8:01 PM
6
আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে প্রধানমন্ত্রীৰ ভাষণ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইন, আলোচনা আৰু বহুপাক্ষিক সহযোগিতাৰ ওপৰত আধাৰিত সুৰক্ষিত, শান্তিপূর্ণ আৰু বহনক্ষম মহাকাশ উন্নয়নত সমর্থন কৰে। পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে এইদৰে প্রকাশ কৰে। তেওঁ লগতে কয়, যে হ্রস্বম্যাদী লাভালাভৰ বাবে অধিক উৎক্ষেপন কৰাৰ সলনি বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয়, যে ভাৰতৰ দৰে বসুধৈর কুটুম্বকম মন্ত্ৰক সাৰথি কৰি এখন পৃথিবী, এটা পৰিয়াল, এটা ভবিষ্যৎ আৰু এটা আত্মাৰ বাবে এ...