June 11, 2026 12:25 PM

views 16

শুভেচ্চামূলক বাৰ্তাৰ বাবে বিশ্বৰ প্ৰতিজন নেতাক প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেল’নি, মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফ্রেড্রিক মাৰ্জ, কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্ণি আৰু ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুক তেওঁলোকৰ আন্তৰিক শুভেচ্ছা আৰু বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল’নিক ধন্যবাদ জ্ঞাপন কৰি কয়, যে ভাৰত-ইটালী বিশেষ কৌশলগত অংশীদাৰিত্বৰ শক্তিশালী গতিবেগক দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক লাভৰ বাবে...