September 17, 2026 7:02 PM

views 16

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিনত দেশজুৰি উচাহ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজি ৭৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিভিন্নজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্রীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰেপৰা সেবা সমর্পন মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্রান্তে প্রান্তে সেবা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কার্যসূচী লোৱা হৈছে। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাট...