June 18, 2026 7:54 PM

views 11

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত কাৰ্যসূচীৰ আয়োজন

বৰপেটা জিলাৰ সৰুক্ষেত্রী, গোমা ফুলবাৰী, মন্দিয়া আৰু পাকা বেটবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্য্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিৱিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে, চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত অনুষ্ঠিত প্রদর্শনীত বিভাগসমূহৰ মুৰব্বী তথা বিশেষজ্ঞ প্রতিনিধিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিরূপে উপস্থিত থাকে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্য্যকালত যোৱা ১২ বছৰ...