July 13, 2026 12:01 PM

views 28

আজিৰে পৰা কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলৰ স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ড ভ্ৰমণ

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে আজিৰে পৰা ১৭ জুলাইলৈ স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ ৰাওনা হোৱা এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে প্রকাশ কৰা মতে এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য, বিনিয়োগ, প্রযুক্তি, উদ্ভাৱন আৰু বহনক্ষমতাক গুৰুত্ব আৰোপ কৰি ইউৰোপৰ সৈতে ভাৰতৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীগোৱেল আজি স্পেইনলৈ যাব আৰু তাত তেওঁ স্পেইনৰ চেম্বাৰ অৱ কৰ্মাচ, চিই অই, আই চি ই এক্স-স্পেইন বাণিজ্য...