July 7, 2026 12:32 PM

views 21

চামৰা আৰু জোতা খণ্ডই ভাৰতীয় অৰ্থনীতিত মূল অৰিহণা যোগাই আহিছে বুলি পীয়ুষ গোৱেলৰ প্রকাশ

ভাৰতৰ চামৰা আৰু জোতা-চেণ্ডেল খণ্ডই বছৰি চাৰি দশমিক পাঁচ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে । এই উদ্যোগখণ্ডৰ জৰিয়তে ব্ৰিটেইন, ওমান আৰু সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰৰ সৈতে কৰা মুক্ত বাণিজ্য চুক্তিৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ দ্বাৰা ভাৰত লাভবান হ'ব। নতুন দিল্লীত কালি অনুষ্ঠিত কাউন্সিল ফৰ লেডাৰ এক্সপোৰ্টছ এক্সিলেঞ্চ এৱাৰ্ড প্রদান অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এই কথা প্রকাশ কৰে। মন্ত্ৰী শ্ৰী গোৱেলে কয়, যে চামৰা আৰু জোতা খণ্ডই ভাৰতীয় অৰ্থনীতিত মূল অৰিহণা যোগাই আহিছে আৰু...

January 8, 2025 1:24 PM

views 37

অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমীপত হেলিপেড স্থাপনৰ পৰামৰ্শ পীয়ুষ গোৱেলৰ

অসমৰ কৃষি, ৰেচম, খাদ্য প্ৰ-সংস্কৰণ, মীন পালন, জলজ কৃষিৰ লগতে কেইবাটাও খণ্ডত বিনিয়োগৰ ব্যাপক সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ অধিক সংখ্যক পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমীপত হেলিপেড স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন-এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্রতিনিধিক সাক্ষাৎ কৰাৰ পাছত তেওঁ এই মন্ত...