July 15, 2026 12:48 PM

views 12

স্পেইন ভ্রমণ সামৰি কালি বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত উপস্থিত পীয়ুষ গোৱেল

স্পেইন ভ্রমণ সামৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত উপস্থিত হয়। ভাৰত-ইউৰোপীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধিৰ দলো গৈছে আৰু এই দলটোৱে বাণিজ্য, বিনিয়োগ, প্রযুক্তি, উদ্ভাৱন আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। শ্রীগোৱেলে বেলজিয়ামৰ উপ-প্রধানমন্ত্রী তথা কৃষি অর্থনীতি আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী ডেভিদ ক্লেৰিনভেলক সাক্ষাৎ কৰি ভাৰত-বেলজিয়ামৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা ...

July 5, 2025 8:36 PM

views 41

২০৪৭ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৩২ ত্ৰিলিয়ন ডলাৰলৈ ৰূপান্তৰৰ নীতি নিৰ্ধাৰণ- পীয়ুষ গোৱেল

২০৪৭ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি চাৰি ত্ৰিলিয়ন ডলাৰৰ পৰা ৩২ ত্ৰিলিয়ন ডলাৰলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে কৌশলগতভাৱে নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে মতপ্রকাশ কৰিছে। বাংগালুৰুত আজি আই আই টি মাদ্ৰাজৰ সংগম ২০২৫ শীর্ষক গোলকীয় উদ্ভাৱন আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ শীৰ্ষ সন্মিলনত অংশ লৈ তেওঁ এইদৰে কয়। শ্ৰী গোৱেলে কয়, যে চৰকাৰৰ দূৰদৰ্শী নীতিৰ বাবে ইতিমধ্যে ভাৰত বিশ্বৰ পঞ্চম সর্বোচ্চ অর্থনীতি হিচাপে পৰিচিত হৈছে আৰু ২০২৮ চনৰ ভিতৰ বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতি হিচাপে পৰিগণ...

April 8, 2025 12:52 PM

views 51

ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা দেশসমূহৰ সৈতে কাম কৰিবলৈ আগ্রহী বুলি পীয়ুষ গোৱেলৰ প্ৰকাশ

ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা আৰু সমান সুযোগ সুবিধা আগবঢ়োৱা দেশসমূহৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী বুলি ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা আৰু সমান সুযোগ সুবিধা আগবঢ়োৱা দেশসমূহৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্ৰকাশ কৰে। কালি সন্ধিয়া ইণ্ডিয়া গ্লোবেল ফ'ৰাম অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীগোৱেলে কয়, যে ভাৰতীয় কোম্পানীসমূহে দক্ষ আৰু ন্যায বাণিজ্য নীতি অটুট ৰাখিলে ব্যৱসায়ত উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থবান। চীনৰ ক্ৰমবৰ্ধমান উদ্যোগসমূহৰ ...