July 4, 2026 11:05 AM
15
ভাৰতে চলিত বছৰত ১ ত্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি পিযুষ গোৱেলৰ প্ৰকাশ
ভাৰতে চলিত বছৰত ১ ত্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে প্ৰকাশ কৰে। বছৰৰ প্ৰথম ৩টা মাহত প্ৰায় ১৫ শতাংশ বাৰ্ষিক ৰপ্তানি ইতিমধ্যে সম্পন্ন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নতুন দিল্লীত কালি উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্রীগোৱেলে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানী ব্যৱস্থা অধিক উন্নত কৰি তুলিছে য'ত প্ৰতিখন ৰাজ্য, জিলা আৰু ঔদ্যোগিক গোটক সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে ৮৬৩ বিলিয়...