October 23, 2025 12:05 PM

views 29

অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে আজি পীযূষ গোবেল জার্মানীলৈ যাব

অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোবেল আজি জার্মানীলৈ যাব। ভাৰত-জার্মানী কৌশলগত সহযোগিতাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত কৰা এই যাত্ৰাই জার্মানীৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্রমণকালত শ্রীগোৱেলে জার্মানীৰ শক্তি মন্ত্রী কেথবিনা বীচেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। এই বৈঠকত হ'বলগীয়া আলোচনাত ভাৰত আৰু জার্মানীৰ মাজৰ অৰ্থনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা ক...

August 29, 2025 8:27 PM

views 20

বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ উদ্যোগ জগতক আহ্বান পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে চৰকাৰৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনিৰ জৰিয়তে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ উদ্যোগ জগতক আহ্বান জনাইছে। আজি নতুন দিল্লীত ১৭ সংখ্যক চি আই আই গ্লোবেল মেডটেক সন্মিলনত শ্রীগোৱেলে ভাৰতীয় ভেষজ উদ্যোগক কোভিড-১৯ মহামাৰীৰ সময়ত প্ৰদৰ্শন কৰা সেৱাক প্ৰশংসা কৰে। তেওঁ লগতে ভাৰতক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলা বাবে এই উদ্যোগটোক প্ৰশংসা কৰে। শ্ৰীগোৱেলে ভাৰতৰ লগতে বিশ্বত উন্নত মানৰ আৰু সহজলভ্য স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত ভেষজ উদ্যোগক চৰ...