June 16, 2026 7:44 PM

views 12

শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ মন্ত্রী পীযূষ হাজৰিকাৰ

  ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযূষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্রীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষি খণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্রীচৌহানে মন্ত্রী হাজৰিকাক আশ্বাস দিয়ে। শ্রীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্রী চি আৰ পাটিলক সাক্ষাৎ কৰি ব...