August 6, 2026 7:35 PM
7
শিৱসাগৰত বানৰ পাছৰ পুনৰসংস্থাপন, অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পর্যালোচনা বৈঠক
কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছৰ পুনৰসংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্রগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্র বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰসংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাষণৰ অগ্রগতি, ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু বানৰ পাছৰ ব্যৱস্থাসমূহ সন্দৰ্ভত বৈঠকত...