December 23, 2025 11:40 AM

views 13

কাছাৰ জিলাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ

কাছাৰ জিলাত কালি মন্ত্ৰী পীযূষ হাজৰিকাই কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লক্ষীপুৰত কালি মন্ত্ৰীগৰাকীয়ে বৰাক নৈৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা আঁচনিৰ আধাৰশিলা স্থাপন কৰে। চাৰি কোটি পুঁজি ধাৰ্য্য কৰা এই প্ৰকল্পত লক্ষীপুৰ বিধানসভা সমষ্টিৰ এটা বৃহৎ অংশ নৈৰ খহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ জিঅ' বেগ, পার্কুপাইন আৰু জিঅ' ছিন্থেটিক ফেবৰিক শ্ৱীট ব্যৱস্থা কৰা হ'ব। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে লক্ষীপুৰ মণ্ডল বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় পৰিদৰ্শন কৰে। জিলাখনৰ অন্তৰ্গত কচুহাদাম থানাৰ নতুন ভৱনৰো আধাৰশিলা স্থাপন...