July 31, 2026 12:47 PM

views 37

নটসূৰ্য ফণী শৰ্মাৰ আজি ৫৬ সংখ্যক মৃত্যু বার্ষিকীত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি নিবেদন

ৰাজ্যৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিৰ অন্যতম নটসূৰ্য ফণী শৰ্মাৰ আজি ৫৬ সংখ্যক মৃত্যু বার্ষিকী। ১৯৭০ চনত আজিৰ দিনটোত দেহাৱসান ঘটা নটসূৰ্য ফণী শৰ্মা আছিল ৰাজ্যৰ নাট্য জগতৰ এটা উজ্জ্বল নক্ষত্ৰ। তেওঁ নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু সাংস্কৃতিক সংগঠক হিচাপে খ্যাত আছিল। ফণী শৰ্মাৰ নাট্যানুৰাগ, শিল্প প্ৰতিভা আৰু সমাজ সেৱাই অসমীয়া নাট্য সংস্কৃতিৰ নতুন যুগৰ সূচনা কৰিছিল। নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ নটসূৰ্য উপাধি প্ৰদান কৰা হৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত শর্মাই স্মৃতি দিৱস উপলক্ষে শিল্পীগৰাকীলৈ শ...

July 31, 2024 7:41 PM

views 37

সমগ্ৰ ৰাজ্যতে আজি নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস পালন

নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি নটসূৰ্য সোঁৱৰণী উযদাপন সমিতিৰ উদ্যোগত আজি এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নটসূৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। এই কাৰ্যসূচীত সংগীত শিল্পী পুলক বেনাৰ্জী, মণিষা হাজৰিকা আৰু অভিনয় শিল্পী উপকূল বৰদলৈ আৰু মলয়া গোস্বামীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাছতে কটন বিশ্ববিদ্যালয়ৰ এলুমনাই ভৱনত বিয়লি চৌখিন নাট্য চর্চা আজি আৰু কাইলৈ শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ তথা অৱসৰী অধ্যাপক ড° শ্যামাপ্রসাদ শৰ্মাই। এই অনুষ্ঠ...