June 11, 2024 6:38 PM

views 23

ভাৰতৰ জনসাধাৰণে সদায় শান্তি, নিৰাপত্তা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ পক্ষত থিয় দি আহিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ জনসাধাৰণে সদায় শান্তি, নিৰাপত্তা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ পক্ষত থিয় দি আহিছে। পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী তথা পি এম এল (এন)-ৰ মুৰব্বী নৱাজ শ্বৰীফে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাবৰ বাবে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰী মোদীয়ে এই কথা কয়। প্রধানমন্ত্রীয়ে কৈছে যে জনসাধাৰণৰ মংগল আৰু নিৰাপত্তা সদায় তেওঁৰ অগ্ৰাধিকাৰ হৈ থাকিব। উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত বিজেপিৰ সফলতাই নৰেন...