September 9, 2025 8:21 PM

views 59

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। আজি এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্টশিক্ষাবিদ অমৰজ্যোতি চৌধুৰীয়ে ড° হাজৰিকাৰ গীতক লুইতৰ ঢৌৰ সৈতে তুলনা কৰি তেওঁৰ জীৱন আৰু আদর্শ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ উদ্যোগত আয়োজিত এই আলোচনা সত্ৰ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিত্বক বিশেষভাৱে সন্মান জনোৱা হয়। কালি অনুষ্ঠানৰ প্...

September 9, 2025 7:05 PM

views 62

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। আজি এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰীয়ে ড° হাজৰিকাৰ গীতক লুইতৰ টোৰ সৈতে তুলনা কৰি তেওঁৰ জীৱন আৰু আদর্শ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ উদ্যোগত আয়োজিত এই আলোচনা সত্ৰ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিত্বক বিশেষভাৱে সন্মান জনোৱা হয়। কালি অনুষ্ঠানৰ প...

April 9, 2025 3:48 PM

views 56

আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫

■ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালী জিলাৰ উদ্যোগত আজিৰেপৰা অহা ১২ এপ্ৰিললৈ ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫ অনুষ্ঠিত হৈছে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই মেলাত জিলাখনৰ স্থানীয় মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰী, বস্ত্ৰ-শিল্প, পিঠা-লাৰু তথা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। মেলাথলীত প্ৰতিদিনে বিভিন্ন খেল-ধেমালি প্রতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে বুলি আমাৰ বজালীৰ সংবাদদাতাই জানিবল...

January 31, 2025 10:19 AM

views 56

৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

● বজালী জিলাৰ পাঠশালাত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰে আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্ৰজ্বলন কৰে। কিছুসময়ৰ পূৰ্বে পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে। সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজ...

November 29, 2024 8:20 PM

views 68

পাঠশালাত কামেশ্বৰ দাসৰ জীৱনী গ্ৰন্থ উন্মোচন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাত কামেশ্বৰ দাসৰ এখন জীৱনী গ্ৰন্থ উন্মোচন কৰে। স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীদাসে কামেশ্বৰ দাসক অসম ৰত্ন বুলি অভিহিত কৰে। জীৱনী গ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰীগৰাকীৰ লগতে প্রাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড° ধনপতি ডেকা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কামেশ্বৰ দাসক শ্রদ্ধা জনাই পাঠশালা সাহিত্য সভা ভৱনটোৰ নাম কামেশ্বৰ দাস প্ৰেক্ষাগৃহ নামকৰণ কৰ...