June 24, 2026 8:28 PM
15
পাছপোর্ট কার্যালয় আৰু পাছপোর্ট সেৱা কেন্দ্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি
বৈদেশিক মন্ত্রালয়ে জনায় যে, ২০২৫ বর্ষত আঞ্চলিক পাছপোর্ট কার্যালয়, পাছপোর্ট সেৱা কেন্দ্ৰ আৰু বিদেশত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে ১ কোটি ৫০ লাখ পাছপোর্ট ভাৰতীয় নাগৰিকসকলৰ বাবে মুকলি কৰিছে। মন্ত্রালয়ে লগতে জনাই যে, পাছপোর্ট কার্যালয় আৰু পাছপোর্ট সেৱা কেন্দ্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান সমগ্র দেশতে ৫৪৫ টা এনে কেন্দ্র আছে। বিগত বৰ্ষত ১০ টা আৰু এই বৰ্ষত পুনৰ ১০ টা ডাকঘৰৰ পাছপোর্ট সেৱা কেন্দ্ৰ মুকলি কৰা হ'ব। মন্ত্রালয়ে লগতে উল্লেখ কৰে যে এতিয়ালৈকে ১ কোটি ৪৭ লাখ ই-পাছপোর্ট মুকলি কৰা হৈছে। পাছপ...