October 24, 2026 12:04 PM
7
জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ সামৰণি আজি
জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ সামৰণি আজি পৰিব। সামৰণি অনুষ্ঠানত ভাৰতৰ হৈ দুবাৰৰকৈ স্বর্ণ পদক বিজয়ী নিশাদ কুমাৰ আৰু মোনা আগৰৱালে পতাকা বহন কৰিব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বাজি ৩০ মিনিটত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। উল্লেখযোগ্য যে, নিশাদ কুমাৰে পুৰুষৰ T47 শাখাৰ হাই জাম্প আৰু লং জাম্পত স্বর্ণ পদক অর্জন কৰে। ইয়াৰ জৰিয়তে তেওঁ এছিয়ান পেৰা গেমছৰ একেটা সংস্কৰণতে দুটাকৈ স্বর্ণ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈৰ বিশেষ তালিকাত স্থান লাভ কৰে। এই কৃতিত্ব অর্জন কৰা আন খেলুৱৈসকলৰ ভিতৰত পেৰা দৌ...