July 24, 2026 7:15 PM

views 11

বজালীৰ পাঠশালাত সৰ্বভাৰতীয় পঞ্চায়ত পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ কার্যনির্বাহক সভা

বজালী জিলাৰ পাঠশালাত আজি সৰ্বভাৰতীয় পঞ্চায়ত পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া, পঞ্চায়ত প্ৰতিনিধি আৰু সদস্যসকলে সভাত অংশগ্রহণ কৰি পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে বিস্তৃত আলোচনাত মিলিত হয়।  সভাত পঞ্চায়তীৰাজ ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা, গাঁও সভাৰ ভূমিকা সুদৃঢ় কৰা, স্থানীয় স্ব-শাসন ব্যৱস্থাৰ উন্নীতকৰণ, গ্রাম্য উন্নয়নমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ আৰু পঞ্চায়তসমূহক অধিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাব...