June 11, 2026 11:44 AM

views 21

গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ’ব বুলি পদ্মপাণি বৰাৰ প্ৰকাশ

অসম দেশৰ কনচাৰ্ট অর্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে গুৱাহাটীৰ খানাপাৰাত পষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটনখণ্ডৰ লগতে বিভিন্নখণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পর্যটন উন্নয়ন নিগম, বুক মাই শ্ব’ আৰু ই-ৱাই-পার্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পর্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয়, যে কনচাৰ্ট অর্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহ...