June 7, 2026 7:31 PM

views 23

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২৩ জুনত ২০২৬ বৰ্ষৰ বাবে দেশৰ ৬৫ গৰাকী ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্মা বঁটা লাভ কৰা ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভবনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পর্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্রদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেওৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰুকায়স্থক এই সন্মান প্রদান কৰা হ'ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্রথম পর্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বর্ষত পাঁচটা পদ্ম বিভূষণ, ১৩ টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্র...

April 11, 2025 6:35 PM

views 86

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব। অহা বছৰৰ গণৰাজ্য দিৱসত এই বঁটা ঘোষণা কৰা হ'ব। যোৱা ১৫ মাৰ্চত পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। গৃহমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলতহে গ্ৰহণ কৰা হ'ব। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী বঁটা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, চিকিৎসা, সমাজ সেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্...