July 10, 2026 10:26 AM

views 16

‘সংঘাতজনিত যৌন হিংসা’ক ভাৰতৰ কঠোৰভাৱে গৰিহণা

ভাৰতে 'সংঘাত জনিত যৌন হিংসা'ক কঠোৰভাৱে গৰিহণা জনাইছে। ভাৰতে ইয়াক যুদ্ধ, সন্ত্রাস, নির্যাতন আৰু ৰাজনৈতিক দমন-পীড়নৰ অস্ত্ৰ হিচাপে বৰ্ণনা কৰিছে, যাৰ জৰিয়তে মানুহৰ ওপৰত কষ্ট জাপি দিয়া হয়। 'সংঘাত সম্পর্কীয় যৌন হিংসা' বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতর্কত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি পি. হৰিশে এনে হিংসা অব্যাহত থকা কাৰ্যক গৰিহণা দিয়ে। তেওঁ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি কয় যে, ২০২৫ চনত এনে ধৰণৰ ঘটনাসমূহৰ বৃদ্ধিয়ে সামুহিক পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাক অধ...

July 23, 2025 4:09 PM

views 58

সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ভাৰতৰ আহ্বান

● ভাৰতে সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে কয় যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাকে ধৰি কিছুমান মৌলিক নীতিক মানি চলাটো অত্যন্ত প্রয়োজনীয়। তেওঁ ভাৰতৰ গণতন্ত্ৰ আৰু উন্নয়নৰ আৰ্হিৰ বিপৰীতে পাকিস্তানক ধর্মান্ধতাত ডুব যোৱা এখন ধাৰাবাহিক ঋণগ্রহণকাৰী ৰাষ্ট্ৰ বুলি অভিহিত কৰে। বহুপক্ষীয়তাবাদ আৰু বিবাদৰ শান্তিপূর্ণ নিষ্পত্তিৰ ও...

May 21, 2025 7:41 PM

views 89

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্রিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে নিৰাপত্তা পৰিষদত কয়, যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্রিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। সামুদ্রিক নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত বিতৰ্কত অংশ লৈ শ্ৰী হৰিশে ভাৰতৰ ব্যাপক সামুদ্রিক কৌশলৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ এই বিতৰ্কত ৰাষ্ট্রভিত্তিক ভাবুকি আৰু সন্ত্ৰাসবাদ, জলদস্যু, চোৰাং সামগ্ৰী আৰু অবৈধ মাছ ধৰাৰ দৰে প্ৰত্যাহ্বানসমূহ দাঙি ধৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মহাসাগৰ’ পদক্ষ...