September 16, 2026 8:09 PM

views 13

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো বিশ্ব অজন দিৱস পালন

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি বিশ্ব অজন দিৱস পালন কৰা হয়। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে- 'শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যবস্থা'। ৰাজ্যৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তথা অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজৰ উদ্যোগত খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশ্ব অজন দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বন আৰু পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অসম শীতলীকৰণ কাৰ্যপন্থা, উন্মোচন কৰে। World Resources Institute Indiaৰ কাৰিকৰী সহযোগিতাত প্ৰস্তুত কৰা এই কাৰ্যপন্থাই...