August 9, 2026 7:50 PM

views 13

প্রধানমন্ত্রী আবাস যোজনা নগৰীয়া আঁচনিৰ অধীনত এতিয়ালৈকে ১ কোটি ২৫ লাখৰো অধিক বাসগৃহত অনুমোদন

প্রধান মন্ত্রী আবাস যোজনা নগৰীয়া, পি এম এ ওৱাই ইউ আৰু পি এম এ ওৱাই ইউৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এতিয়ালৈকে ১ কোটি ২৫ লাখৰো অধিক গৃহৰ অনুমোদন জনোৱা হৈছে বুলি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে। সমগ্র দেশত ইয়াৰে ১ কোটিৰো অধিক গৃহ নিৰ্মাণৰ কাম সম্পন্ন কৰি হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে আৰু প্রায় ১ কোটি বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে। মন্ত্রালয়ে প্রকাশ কৰা মতে পি এম এ ওৱাই ইউৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, বিহাৰ, ছত্তিশগড়, গুজৰাট, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, মধ্য প্রদেশ,...