August 9, 2026 12:34 PM

views 11

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী চাফাৰীৰ বাবে অনলাইন বুকিং ব্যৱস্থা আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াৰে পৰা জীপ আৰু হাতী চাফাৰীৰ বাবে অনলাইন বুকিং ব্যৱস্থা আৰম্ভ হ'ব। বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত বন বিভাগ আৰু পৰ্যটন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত উদ্যানখনৰ সৈতে জড়িত অংশীদাৰসকলৰ সৈতে হোৱা এখন বৈঠকত কালি বহুকেইটা সিদ্ধান্ত গ্রহণ কৰা হয়। সমাগত পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিচালনা তথা পর্যটন ব্যৱস্থা অধিক উন্নত কৰাক লৈও বৈঠকত কেতবোৰ সিদ্ধান্ত লোৱা হয়।  ৰাষ্ট্ৰীয় উদ্যানখনৰ নতুন নতুন ক্ষেত্রলৈ পর্যটকক আকৰ্ষণ কৰা আৰু স্থানীয় লোকৰ উপাৰ্জনৰ সহায়...