July 5, 2026 10:59 AM

views 55

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্রয়মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্রয়মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে। এই অনুসাৰে পিঁয়াজৰ ক্ৰয় মূল্য প্রতি কুইণ্টলত ১৮৭৫ টকাৰ পৰা ২১২৫ টকাকৈ বৃদ্ধি পাইছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, এই সংশোধিত ক্রয় মূল্যই পিঁয়াজৰ খেতিয়কসকলক লাভান্বিত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰিব। দেশৰ মজুত ভঁৰালৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংঘ লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ মাধ্যমেৰে পিয়াজ ক্ৰয় কৰা হৈছ...