June 18, 2026 8:11 PM

views 18

কার্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ ২৬গৰাকী সদস্যৰ শপত গ্ৰহণ

কার্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। নৱগঠিত পৰিষদৰ ২৬গৰাকী সদস্যক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব সুষমা হাজৰিকাই শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত অংশ লৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ডবে ছাৰচিং ইংতিৰ নেতৃত্বত গঠন হোৱা কাৰ্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে। ডাঃ পেণ্ডবে কাৰ্বি সমাজৰ কল্যাণ, সৱলীকৰণ আৰু উন্নয়নৰ বাবে এই পৰিষদখনে কাম ক...

October 18, 2025 12:44 PM

views 29

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। আজি দিনৰ ১১ বজাত গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্য্যই বি পি এফ দলৰ চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এন ডি এ বিকশিত অসমৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বড়োভূমিৰ শান্ত, প্ৰগতি আৰু সমাজৰ সকলো শ্ৰেণীৰ সমন্বয়ৰ বাবে সকলোৱে লগলাগি চেষ্...