June 23, 2026 9:03 PM
2
ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী-কলা নিৰ্দেশক নুৰুদ্দিন আহমেদসহ ৬৫গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম সন্মান প্ৰদান
ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। বিশিষ্ট শিল্পীগৰাকীয়ে ভাস্কৰ্য আৰু মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। পাঁচ হাজাৰ ৬০০খনৰো অধিক নাট্যমঞ্চ আৰু ৭৫খন চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা-নির্দেশনা কৰিছে। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম সন্মান প্রদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অ...