October 19, 2026 12:13 PM

views 2

১৩৭ বিধ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ ব্যৱসায়িক লাভৰ পৰিমাণ সর্বোচ্চ খুচুৰা মূল্যৰ ৩০%লৈ সীমিত

ৰাষ্ট্ৰীয় ঔষধ মূল্য নির্ধাৰণ কৰ্তৃপক্ষ-NPPA এ ১৩৭ বিধ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ ব্যৱসায়িক লাভৰ পৰিমাণ (trade margins) সর্বোচ্চ খুচুৰা মূল্যৰ (MRP) ৩০ শতাংশলৈ সীমিত কৰিছে। বৰ্তমানৰ মূল্য গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰহণ কৰা এই পদক্ষেপে এই ঔষধ সমূহৰ সৰ্বাধিক খুচুৰা মূল্য প্রায় ৭০ শতাংশলৈকে হ্রাস কৰিব বুলি আশা কৰা হৈছে। ১৭ অক্টোবৰত জাৰি কৰা এখন অধিসূচনা অনুসৰি, এই সংশোধিত মূল্য অহা ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ঔষধৰ অত্যাধিক বিতৰণ আৰু খুচুৰা লাভ নিয়ন্ত্রণ কৰাৰ লগতে কৰ্কট ৰো...