July 5, 2026 10:14 AM

views 25

অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী

গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী জাৰী কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্রই এই জিলা কেইখনত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে প্রকাশ কৰা মতে, অসমৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে তাপমাত্রা ৩৬ ডিগ্রী ছেলছিয়াছ হ'লেও ৪৫ৰ পৰা ...