September 3, 2026 12:14 PM

views 35

দেশত বর্ধিত পথ দুর্ঘটনা সন্দর্ভত কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীৰ উদ্বেগ প্রকাশ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে দেশত বর্ধিত পথ দুর্ঘটনা সন্দর্ভত উদ্বেগ প্রকাশ কৰি ভাৰতৰ বাবে পথ সুৰক্ষা গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে বুলি মত প্রকাশ কৰে। নতুন দিল্লীত কালি উন্নত ঘাইপথ অভিৱর্তন ২০২৬ত দিয়া ভাষণত শ্রীগাডকাৰীয়ে কয়, যে প্ৰতিবছৰে ১ লাখ ৮০ হাজাৰ লোক পথ দুর্ঘটনাত প্রাণ হেৰুৱায়। মন্ত্ৰীগৰাকীয়ে পথ দুর্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা হ্রাস কৰিবলৈ ব্যাপক জন সজাগতা আৰু বাহন চলোৱাৰ ক্ষেত্ৰত দায়িত্বসম্পন্ন আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে বাহন চলোৱাৰ কৌশল আৰু ...