October 16, 2025 9:53 AM

views 48

প্রধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ অধীনত নাগালেণ্ডত কৃত্রিম বুদ্ধিমত্তা উৎকর্ষতা কেন্দ্ৰ স্থাপনৰ বিভিন্ন দিশ অন্বেষণৰ উদ্দেশ্যে নিটি আয়োগৰ দলৰ ডিমাপুৰ ভ্ৰমণ

নিটি আয়োগৰ এটা দলে প্রধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ অধীনত নাগালেণ্ডত কৃত্রিম বুদ্ধিমত্তা উৎকর্ষতা কেন্দ্ৰ স্থাপনৰ বিভিন্ন দিশ অন্বেষণৰ উদ্দেশ্যে কালি ডিমাপুৰ ভ্ৰমণ কৰে। জল আৰু ভূমিসম্পদ, তথ্য প্রযুক্তি, দূৰসংযোগ তথা পৰ্যটন আৰু সংস্কৃতি বিভাগৰ প্ৰকল্প সঞ্চালক যুগল যোশীৰ নেতৃত্বত গঠিত দলটোৱে NIELIT আৰু কৃত্রিম বুদ্ধিমত্তাৰ সৈতে জড়িত সৰঞ্জাম কক্ষ আৰু প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সংশ্লিষ্ট জিলা বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয়। বৈঠকত শ্রীযোশীয়ে কয়, যে নিয়োগৰ সুবিধা বৃদ্ধি কৰা, ৺ কৃত্রিম বুদ্ধিমত্ত...