October 9, 2026 11:18 AM

views 4

নীতি আয়োগৰ অভিলাষী জিলা কাৰ্যসূচীৰ অধীনত ত্ৰিপুৰাত নাটকীয় পৰিৱৰ্তন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূর্ণ কৰিছে আৰু সম্পূর্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সর্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমর্থ হৈছে। এই শৃংখলাত আজি ত্ৰিপুৰাত অভিলাষী জিলা আৰু প্ৰাণৱন্ত গাঁও আঁচনিৰ মাজেৰে কিদৰে এই দৃষ্টিভংগী বাস্তৱায়িত কৰা ...

January 7, 2026 12:42 PM

views 82

নীটি আয়োগৰ চলিত বিত্তীয় বৰ্ষৰ কাম-কাজ সম্পর্কীয় ত্রিমাসিক প্রতিবেদন-ট্রেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ

নীটি আয়োগে চলিত বিত্তীয় বৰ্ষৰ কাম-কাজ সম্পর্কীয় ত্রিমাসিক প্রতিবেদন-ট্রেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰকাশ কৰা এই শেহতীয়া সংস্কৰণত ভাৰতৰ ব্যৱসায়িক দিশত হৈ থকা গাঁথনিগত পৰিৱৰ্তনৰ বিষয়ে প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনখনত এইবুলি কোৱা হৈছে যে বর্তমান প্রযুক্তিগত ৰপ্তানিৰ ভূমিকা বৃদ্ধি পোৱাৰ লগতে সেৱা খণ্ডৰ বৃদ্ধি পৰিলক্ষিত হৈছে আৰু আমদানিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। এই উপলক্ষে দিয়া ভাষণত নীটি আয়োগৰ সদস্য ডা০ অৰবিন্দ ভিমানিয়ে কৈছে, যে শেহতীয়া এই প্ৰত...