July 3, 2026 6:13 PM
16
পেৰিছত অনুষ্ঠিত ভাৰত ফ্রান্স ব্যবসায় ঘূৰণীয়া মেজমেলত বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ ভাষণ
বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱনকেন্দ্রিক বিকাশৰ চালিকাশক্তি হিচাপে কাম কৰিব। পেৰিছত অনুষ্ঠিত ভাৰত ফ্রান্স ব্যবসায় ঘূৰণীয়া মেজমেলত ভাষণ দি তেওঁ কয় যে প্রযুক্তিগত বিকাশ, যোগান শৃংখলৰ বৈচিত্র্য, শক্তি ৰূপান্তৰকৰণ আৰু ভূ-ৰাজনৈতিক বিকাশৰ বাবে বৈশ্বিক অর্থনীতি সম্প্রতি খৰতকীয়া ৰূপান্তৰৰ দিশে গতি কৰিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলক বিকশিত ভাৰত ২০৪৭ৰ যাত্ৰাত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আমন্ত্রণ জনায়...