June 20, 2026 1:55 PM

views 8

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি ওপজা দিন

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি ওপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক-সংস্কৃতিৰ এইগৰাকী গৱেষক 'সুদীর্ঘ দিন আৰু ঋতু' শীর্ষক কাব্য সংকলনৰ বাবে ১৯৮৩ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্রন্থখন বাংলা, পাঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ড° বৰদলৈ ৰচিত গীতসমূহত ঊষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। ১৯৯১...