August 29, 2024 7:10 PM

views 42

গুজৰাট, কর্ণাটক, কেৰালা, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু হাৰিয়ানাৰ ১৬ স্থানত এনআইএৰ ব্যাপক তালাচী

ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ই কালি পাকিস্তানৰ ষড়যন্ত্ৰত হোৱা বিশাখাপট্টনম চোৰাংচোৱাগিৰি ঘটনা সন্দৰ্ভত দেশৰ ভালেমান ঠাইত তালাচী চলায়। ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তথ্য অনুসৰি গুজৰাট, কর্ণাটক, কেৰালা, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু হাৰিয়ানাৰ ১৬টা স্থানত ব্যাপক তালাচী চলোৱা হয়। তদন্তকাৰী সংস্থাটোৱে তালাচী চলোৱা স্থানসমূহ ভাৰতত চোৰাংচোৱাগিৰি কৰিবলৈ পাকিস্তানৰ পৰা ধন লাভ কৰা সন্দেহযুক্ত লোকৰ সৈতে জড়িত আছে। সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰিছে যে, তালাচীৰ সময়ত মুঠ ২২টা মোবাইল ফোন আৰু বহুতো স...