July 27, 2026 11:44 AM

views 20

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশত ৰে’লসেৱা ব্যাহত হৈ পৰিছে

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৰে'লপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ নিউ হাৰাংগাজাও ষ্টেচনৰ এক আৰু দুই নম্বৰ ৰে'ল লাইনেৰে চলাচল বাতিল কৰাৰ ফলত লামডিং-বদৰপুৰ পাহাৰীয়া অংশত ৰে'লসেৱা ব্যাহত হৈ পৰিছে। বিভাগীয় সূত্রই জাৰি কৰা জাননী অনুসৰি বৰ্তমান কেৱল ৩ নম্বৰ লাইনেৰে বিয়লি ৭ বজাৰ পৰা পুৱা ৫ বজালৈ ৰে'ল চলাচল অব্যাহত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-দুল্লবচেৰা এক্সপ্ৰেছ আৰু গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৰ ৰে'লসেৱা নির্দিষ্ট দিনকেইটাত বাতিল কৰা হৈছে। তদুপৰি আগৰতলা, শিলচৰ, চাংগলদান, ৰঙিয়া, নতুন দিল্লী আৰু ৰাণী কমলাপ...

July 22, 2026 9:52 AM

views 39

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত কেইবাখনো ৰে’লৰ চলাচল বাতিল ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্রশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখি বাহনসমূহ সাময়িকভাবে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰে’লপথ ক্ষতিগ্রস্ত হোৱাত উজনি অসমলৈ সকলো ৰে’লসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰে’লসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰে'লৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্রশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখি বাহনসমূহ সাময়িকভাবে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰে'লপথ ক্ষতিগ্রস্ত হোৱাত উজনি অসমলৈ সকলো ৰে'লসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰে'লসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ...