July 11, 2026 10:35 AM

views 14

Project 17A স্বদেশী ষ্টিল্থ ফ্রীগেট ‘মহেন্দ্ৰগিৰি’ F38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তর্ভুক্ত কৰিব

ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীৰাজনাথ সিঙৰ উপস্থিতিত এটা বিশেষ অনুষ্ঠানত ইয়াৰ ষষ্ঠ Project 17A স্বদেশী ষ্টিল্থ ফ্রীগেট 'মহেন্দ্ৰগিৰি' F38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তর্ভুক্ত কৰিব। এই নতুন যুদ্ধজাহাজখনৰ অন্তর্ভুক্তি ভাৰতৰ আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা নির্মাণ আৰু স্বদেশী সক্ষমতা বৃদ্ধিৰ যাত্ৰাৰ আন এটি মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব। অনুষ্ঠানৰ পূৰ্বে নৌসেনাৰ জোৱানসকলক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত ভা...