September 6, 2026 7:25 PM
12
নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৩৪৪ লৈ বৃদ্ধি
নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৩৪৪ হৈছে। বানৰ পাছৰে পৰা ৫৯০ গৰাকী বিদেশী নাগৰিকসহ প্রায় পাঁচ হাজাৰ গৰাকী লোক সন্ধানহীন হৈ আছে। চুবুৰীয়া ৰাষ্ট্ৰখনত বৰ্তমানলৈকে ১৩১০০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। নুৱাকোট জিলাৰ এটা চাৰিমহলীয়া অট্টালিকাৰ ধবংসস্তূপৰ মাজত ১০ দিন আৱদ্ধ হৈ থকা এগৰাকী ৬০ বছৰীয়া মহিলাক কালি জীৱন্তে উদ্ধাৰ কৰা হয়। নেপালত ছিন্ন-ভিন্ন মৃতদেহসমূহ চিনাক্ত কৰাৰ বাবে ডি এন এ পৰীক্ষা আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে চিনাক্তকৰণৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্রহ কৰাৰ পাছত ২২২ গৰাকী মহিলা, ৩৫৫ গৰাক...