June 16, 2026 2:07 PM

views 19

অহা ২১ জুনত পুনৰ হ’বলগীয়া NEETৰ পৰিপ্ৰেক্ষিতত ২২ জুন পর্যন্ত ‘টেলিগ্রাম’ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ

অহা ২১ জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা-NEET২০২৬ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২২ জুন পর্যন্ত ‘টেলিগ্রাম' নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে।  ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA-ৰ বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্রাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTA-ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমবিধৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা ৩০ জুন পর্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈ ...