June 20, 2026 1:37 PM

views 4

কাইলৈ নীট হ’বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি আখৰাৰ আয়োজন

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা - নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্রিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা ক্ষন্তেক আগতে আৰম্ভ হোৱা এই মকড্রিল সন্ধিয়া পর্যন্ত অব্যাহত থাকিব। এই মকড্ৰিলত দুই লাখ ৫ হাজাৰ নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্র ইতিমধ্যে নেচনেল টেষ্টিং এজেন্সিক অর্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্রশ্নোত্তৰ ...