June 18, 2026 7:52 PM
4
নীট-২০২৬ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে যোৰহাটত বৈঠক
অহা ২১ জুন, দেওবাৰে হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট-২০২৬ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰপ্ৰাপ্ত জিলা আযুক্ত তথা জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাবে আলোচনা কৰা হয়। বৈঠকত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আযুক্ত, চক্র বিষয়া, সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহৰ অধ্যক্ষ তথা অধ...