June 19, 2026 10:58 PM

views 5

অহা ২১ জুনত হ’বলগীয়া নীটৰ সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা – নীট ২১ জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এক নির্দেশযোগে জিলাখনত নিৰ্ধাৰিত পাঁচটা পৰীক্ষা কেন্দ্ৰত ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰীৰ ১ নম্বৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্...