July 8, 2026 8:34 PM

views 9

টুৰ্কীৰ ৰাজধানী আংকাৰাত নাটোৰ শীৰ্ষ সন্মিলন

ইৰাণৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অন্ত পৰা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কয়, যে তেওঁ তেহৰানৰ সৈতে জড়িত হ'বলৈ বিচৰা নাছিল। টুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ট্রাম্পে এই বক্তব্য প্রকাশ কৰে। ইফালে, ইৰাণে এই বিষয়ে পোনপটীয়াকৈ কোনো কথা প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে, বাম্বিংটন আৰু তেহৰানৰ মাজত স্বাক্ষৰিত অন্তৱৰ্তীকালীন যুদ্ধ বিৰতী চুক্তিখন প্রথম পৰ্যায়ত ৬০ দিনৰ বাবে আছিল যদিও কাটাৰত পৰোক্ষ আলোচনাৰ কোন...