July 7, 2026 12:35 PM

views 13

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা ওড়িশাৰ ভুৱনেশ্বৰত জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহ শক্তিশালীকৰণৰ লক্ষ্যৰে দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে কর্মশালাখন উদ্বোধন কৰিব। এই কৰ্মশালাত প্রায় ২০০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ ল'ব। এই উপলক্ষে জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়, বাৰাণসীয়ে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। জনজাতীয় কলা, সংস্কৃতি, ভাষা, পৰম্পৰাগত জ্ঞান আৰু দক্ষতা বিকাশৰ বাবে নিবে...