August 22, 2026 1:00 PM

views 32

৫ ছেপ্তেম্বৰত ৪৮ গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ ৫ তাৰিখে ৪৮ গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। শিক্ষা মন্ত্র্যালয়ে জনোৱা অনুসৰি বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটা পৰ্যায়ৰ বাচনি প্ৰক্ৰিয়াৰ জৰিয়তে এই শিক্ষকসকলক নির্বাচিত কৰিছে। নির্বাচিত ৪৮ গৰাকী বিদ্যালয় শিক্ষক দেশৰ ২৭ খন ৰাজ্য, ৭ খন কেন্দ্রীয় শাসিত অঞ্চল আৰু ছটা সংগঠনৰ। এই শিক্ষকসকলৰ ভিতৰত ২৬ গৰাকী পুৰুষ শিক্ষক আৰু ২২ গৰাকী মহিলা শিক্ষয়িত্রী আছে। মন্ত্র্যা...

September 3, 2025 8:09 PM

views 52

ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে ১৫ গৰাকী কৃতী শিক্ষকৰ নাম ঘোষণা

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে ১৫ গৰাকী কৃতী শিক্ষকৰ নাম ঘোষণা কৰিছে। অহা ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব।

July 3, 2024 1:12 PM

views 40

ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ স্ব-মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ জুলাই

শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষাৰ সাক্ষৰতা বিভাগে প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস উপলক্ষে প্ৰদান কৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে এই বছৰো যোগ্য শিক্ষকৰ পৰা অনলাইন যোগে স্ব-মনোনয়ন বিচৰা হৈছে। অহা ২৭ জুনৰ পৰা শিক্ষা মন্ত্ৰ্যালয়ৰ পোৰ্টেলৰ জৰিয়তে যোগ্য শিক্ষকসকলে স্ব-মনোনয়ন দাখিল কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৫ জুলাই। শিক্ষা মন্ত্র্যালয়ে এটা বিবৃতি যোগে সদৰী কৰা তথ্য অনুসৰি এইবাৰ জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় মুঠ তিনিটা পৰ্যায়ত বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে ৫০ গৰাকী শিক্ষকক বা...