June 24, 2026 2:21 PM

views 17

গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ভৱিষ্যত বিকাশৰ মূল ভেটি হিচাপে ডিজিটেল প্ৰক্ৰিয়া আঁকোৱালি ল’বলৈ তীখা উদ্যোগ খণ্ডলৈ আহ্বান জনাইছে

গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ভৱিষ্যত বিকাশৰ মূল ভেটি হিচাপে ডিজিটেল প্ৰক্ৰিয়া আঁকোৱালি ল'বলৈ তীখা উদ্যোগ খণ্ডলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি তীখা খণ্ডৰ ডিজিটেল ৰূপ বিষয়ক চিন্তন শিবিৰত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। তেওঁ কয়, যে ভাৰতে ২০১৮ চনৰে পৰা বিশ্বৰ দ্বিতীয় সর্ববৃহৎ তীখা উৎপাদনকাৰী হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২১-২২ বিত্তীয় বৰ্ষৰ পাছৰেপৰা কেঁচা তীখাৰ উৎপাদন বছৰি প্ৰায় ৮ শতাংশকৈ বৃদ্ধি পাই আহিছে। ইয়াৰ...

December 10, 2025 3:15 PM

views 49

সুশাসনক জৰুৰী অধিকাৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে

ভাৰতবৰ্ষক দক্ষ প্রতিষ্ঠান আৰু সহানুভূতিশীল শাসন ব্যৱস্থাৰ মাধ্যমেৰে প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদা সুনিশ্চিত কৰিব পৰা এখন ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ ভৱিষ্যতৰ আকাংক্ষা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱস আৰু নিত্য আৱশ্যকতা পূৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি ড° মিশ্রাই সুশাসনক জৰুৰী অধিকাৰ বুলি অভিহিত কৰে। তেওঁ লগতে সুশাসনৰ বাবে দক্ষ ব্যৱস্থা, স্বচ্ছ প্ৰক্ৰিয়া আৰু জনসাধাৰণৰ প্ৰতি সন্মান তথা সহানুভূতি থকা প্রতিষ্ঠান জৰুৰী...

May 19, 2025 9:01 PM

views 69

নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

ইউৰোপত ত্ৰিদেশীয় ভ্রমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক নেডাৰলেণ্ডছত থকা ভাৰতৰ ৰাষ্ট্রদূত কে আৰ টুহিন আৰু দেশখনৰ পৰৰাষ্ট্ৰ কাৰ্যালয়ৰ সঞ্চালক গেব্রিয়েলা চানচিচিয়ে আদৰণি জনায়। আজি পুৱা ড০ জয়শংকৰ নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত দেশখনৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ড০ জয়শংকৰে কয়, যে বৰ্তমান একক শক্তিৰে বলীয়ান বিশ্বত একোখন ৰাষ্ট্ৰই কিদৰে কৌশলগত স্বতন্ত্ৰতা বৰ্তাই ৰাখিব ...

May 17, 2024 5:20 PM

views 58

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটৰ সমাবেশৰ আয়োজন

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটে আজি সমাবেশৰ আয়োজন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এন চি পিৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে আৰু আই এন ডি আই মিত্ৰজোঁটৰ আন আন নেতাসকলেও এই সমাবেশত অংশ ল'ব।