July 23, 2026 11:44 AM

views 18

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। ১৯২৭ চনৰ ২৩ জুলাইত ইণ্ডিয়ান ব্র'ডকাষ্টিং কোম্পানীৰ অধীনত বোম্বে ষ্টেছনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হ'ব। ১৯৩৬ চনৰ ৮ জুনত ইন্ডিয়ান স্টেট ব্ৰ'ডকাস্টিং ছার্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু ১৯৫৬ চনত আকাশবাণী ৰখা হয়। স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা ৰেডিঅ', তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত এই মাধ্য...

July 23, 2025 4:02 PM

views 55

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন

ভাৰতৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক শক্তিশালী কৰিবলৈ আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। ১৯২৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় সম্প্ৰচাৰ কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুন তাৰিখে ভাৰতীয় ৰাজ্যিক সম্প্ৰচাৰ সেৱাৰ নাম অল ইণ্ডিয়া ৰেডিঅ' ৰখা হয় আৰু পিছলৈ ইয়াৰ নাম আকাশবাণী হয়। আকাশবাণীয়ে বছৰ বছৰ ধৰি ব্যাপক প্ৰসাৰতাৰে সকলো শ্ৰোতাৰ মাজত নিজৰ এটা সুকীয়া স্থান গঢ়ি ...